Hillstream EduTech is a purpose-driven education technology company dedicated for improving learning access across rural and underserved regions. We believe education should flow like a stream and rise to every height, reaching every learner regardless of background. Our objective is to bridge the knowledge gap between urban and rural students and shift the focus from mere marks-based competition to a healthy competition built on true knowledge and understanding.
Operating under the brand ই-Vidyalaya, we provide online and offline coaching, mobile app–based learning, skill development programs, and structured academic support through an integrated hybrid model that blends technology with on-ground guidance.
Hillstream EduTech এটা উদ্দেশ্যপ্ৰাণ শিক্ষা-প্ৰযুক্তি প্ৰতিষ্ঠান, যি গ্ৰাম্য আৰু সুবিধাবঞ্চিত অঞ্চলত শিক্ষাৰ সুযোগ বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ উদ্দেশ্য হৈছে নগৰীয়া আৰু গ্ৰাম্য শিক্ষাৰ্থীৰ মাজত থকা জ্ঞানৰ ব্যৱধান দূৰ কৰা। আমি কেৱল নম্বৰ ভিত্তিক প্ৰতিযোগিতা নহয়, বৰং সঠিক জ্ঞান আৰু বোধৰ ওপৰত ভিত্তি কৰা এক সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশ গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ বিশ্বাস—শিক্ষা এজলধাৰাৰ দৰে বৈ যাব লাগে আৰু প্ৰতিটো উচ্চতালৈ উঠি যাব লাগে, যাতে সকলো শিক্ষাৰ্থীয়ে সমান সুযোগ লাভ কৰে।
ই-Vidyalaya ব্ৰেণ্ডৰ অধীনত আমি অনলাইন আৰু অফলাইন কোচিং, মোবাইল এপ্-ভিত্তিক শিক্ষা, দক্ষতা উন্নয়ন কাৰ্যসূচী আৰু প্ৰযুক্তি-সহায়যুক্ত এক সমন্বিত হাইব্ৰিড শিক্ষাৰ ব্যৱস্থা প্ৰদান কৰোঁ।
To stream structured and high-quality education to every rural student and empower them with confidence and opportunity.
প্ৰতিজন গ্ৰাম্য শিক্ষাৰ্থীৰ ওচৰলৈ সুশৃংখলিত আৰু গুণগত শিক্ষা প্ৰৱাহিত কৰা আৰু তেওঁলোকক আত্মবিশ্বাস আৰু সুযোগেৰে শক্তিশালী কৰা।
ই-বিদ্যালয় হৈছে Hillstream EduTech-ৰ মুখ্য ডিজিটেল শিক্ষা প্লেটফৰ্ম, বিশেষকৈ অসমীয়া আৰু ইংৰাজীমাধ্যমৰ SEBA পাঠ্যক্ৰম (অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ) শিক্ষাৰ্থীৰ বাবে প্ৰস্তুত কৰা। এই প্লেটফৰ্মত সুশৃংখলিত, সুলভ আৰু গ্ৰাম্য শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি লাইভ আৰু ৰেকৰ্ডেড ক্লাছ প্ৰদান কৰা হয়।