Learning has never been this easy. Come find your destination with us.
EXPLOREলাইভ ইন্টাৰেক্টিভ ক্লাছ
Learn From Home – Live & Recorded Classes
Students can attend live classes or watch recorded sessions anytime through our mobile app.
ঘৰতে বহি Live আৰু Recorded Class কৰাৰ সুবিধা। মোবাইল Appৰ যোগেদি যিকোনো সময়তে পাঠ ল'ব পাৰিব।
গ্ৰাম্য কেন্দ্ৰিক ডিজিটেল শিক্ষা
We understand the real challenges of Assamese medium students, especially in rural areas. Our content is specially designed for SEBA board learners.
আমি অসমৰ বিশেষকৈ গ্ৰামাঞ্চলৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাস্তৱ সমস্যাসমূহ বুজো। আমাৰ পাঠ্যসমূহ SEBA বোর্ড অনুসৰি বিশেষভাৱে ডিজাইন কৰা।
অসমীয়া + ইংৰাজী মিলাই স্পষ্ট আৰু সহজ ব্যাখ্যা
We provide simple, easy-to-understand explanations in Assamese with concept clarity in English where required.
ধাৰণাৰ স্পষ্টতা আমাৰ প্ৰথম লক্ষ্য
গুণগত শিক্ষা কেৱল ধনী বা চহৰীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে নহয়
Quality education should not depend on location or income. We ensure affordable fees for rural families.
আমি সাধাৰণ পৰিয়ালৰ বাবেও সুলভ মূল্য নিশ্চিত কৰোঁ।
SEBA পৰীক্ষা-কেন্দ্ৰিক প্ৰস্তুতি
Focused preparation for SEBA exams, concept clarity, notes, mock tests, and doubt sessions.
নোট, মক টেষ্ট, সন্দেহ সমাধান আৰু বাস্তৱমুখী শিক্ষা
আমি কেৱল Coaching Institute নহয়
We are not just a coaching platform — we are building a movement to empower the last village of Assam through education.
আমি অসমৰ শেষখন গাঁৱলৈ শিক্ষাৰ সুবিধা পোৱাটো নিশ্চিত কৰাৰ লক্ষ্য লৈ আগবাঢ়িছোঁ
ই-Vidyalaya is the digital education brand operated by Hillstream Edutech, designed especially for Assamese-medium students in Assam — particularly those in rural and semi-urban areas.
It delivers live and recorded online classes, structured courses, and skill-focused learning through a mobile app and offline support centers.
Dear Students, Parents, and Well-Wishers,
Education is the strongest foundation for sustainable progress. With a shared vision to empower Assamese-medium students, we founded Hillstream EduTech and launched ই-Vidyalaya to ensure that quality education reaches every village and every aspiring learner.
Our academic and professional journeys—from engineering and infrastructure development to advanced leadership and technical education—have shaped our belief that structured systems, strong mentorship, and digital innovation can transform lives.
Through our hybrid learning model, we aim not only to prepare students for academic success but also to build confidence, awareness, discipline, and character. Our commitment is simple: no student should be left behind due to geographical challanges or economical boundaries. Our objective is to bridge the knowledge gap between urban and rural students and shift the focus from mere marks-based competition to a healthy competition built on true knowledge and understanding.
Together, let us learn with purpose and rise to every height.
প্ৰিয় শিক্ষাৰ্থী, অভিভাৱক আৰু শুভাকাংক্ষীবৃন্দ,
শিক্ষাই দীৰ্ঘস্থায়ী উন্নয়নৰ মূল ভেটি। অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীসকলক সবল কৰাৰ একেই লক্ষ্যৰে আমি Hillstream EduTech প্ৰতিষ্ঠা কৰি ই-Vidyalaya আৰম্ভ কৰিছোঁ, যাতে গুণগত মানৰ শিক্ষা অসমৰ প্ৰতিখন গাঁওলৈ পায়।
আমাৰ ইঞ্জিনিয়াৰিং, নেতৃত্ব আৰু প্ৰযুক্তি ক্ষেত্ৰৰ শিক্ষা আৰু পেছাগত অভিজ্ঞতাই আমাক বিশ্বাস যোগাইছে যে সু-সংগঠিত ব্যৱস্থা, সঠিক পথ-প্ৰদৰ্শন আৰু ডিজিটেল উদ্ভাৱনে শিক্ষাৰ্থীৰ জীৱন সলনি কৰিব পাৰে।
হাইব্ৰিড শিক্ষা মডেলৰ জৰিয়তে আমি কেৱল একাডেমিক সফলতাই নহয়, আত্মবিশ্বাস, সচেতনতা আৰু সুদৃঢ় ব্যক্তিত্ব গঢ়ি তোলাত প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ উদ্দেশ্য হৈছে নগৰীয়া আৰু গ্ৰাম্য শিক্ষাৰ্থীৰ মাজত থকা জ্ঞানৰ ব্যৱধান দূৰ কৰা। আমি কেৱল নম্বৰ ভিত্তিক প্ৰতিযোগিতা নহয়, বৰং সঠিক জ্ঞান আৰু বোধৰ ওপৰত ভিত্তি কৰা এক সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশ গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
আহক, উদ্দেশ্যমূলক শিক্ষা গ্ৰহণ কৰি প্ৰতিটো উচ্চতালৈ উঠোঁ।
Warm regards,
Co-Founders, Hillstream EduTech
Sekhar Jyoti Goswami
DICE | B.E. (Civil Engineering) | PGC (LCM), IIM Ranchi
Nihar Khatoniyar
B.Tech (Electrical Engineering), National Institute of Technology Silchar